Home

AI Genius Student — স্মাৰ্ট শিক্ষাৰ্থীৰ সফলতাৰ গোপন অস্ত্ৰ
✦ SMART STUDY  •  SMART WORK  •  SUCCESS FOREVER

AI Genius Student

স্মাৰ্ট শিক্ষাৰ্থীৰ সফলতাৰ গোপন অস্ত্ৰ

AI-ৰ শক্তি ব্যৱহাৰ কৰি নিজৰ পঢ়াশুনা, সময় ব্যৱস্থাপনা, Homework, Project, Exam আৰু ভৱিষ্যতৰ Skills উন্নত কৰিব শিকাযাৰ সম্পূৰ্ণ গাইড — এখন E-book, প্ৰতিজন শিক্ষাৰ্থীৰ বাবে।

লিখক: Bipul Kalita First Edition — 2026 Format: Digital PDF
AI Genius Student book cover mockup
📘 First Edition · 2026
🗣️ ভাষা: Assamese
📄 Format: Digital E-book (PDF)
🏫 প্ৰকাশক: BK Digital Learning Academy
About This Book

এই বই কিয় পঢ়িব লাগে?

এই E-book এতিয়া প্ৰতিটো শিক্ষাৰ্থীৰ বাবে এখন সম্পূৰ্ণ গাইড, যিয়ে AI-ৰ শক্তি ব্যৱহাৰ কৰি নিজৰ পঢ়াশুনা, সময় ব্যৱস্থাপনা, Homework, Project, Exam আৰু ভৱিষ্যতৰ Skills উন্নত কৰিব শিকায়। এইখন কেৱল এখন বই নহয়, ই আপোনাৰ সফলতাৰ এজন স্মাৰ্ট সহযোগী।

স্মাৰ্ট শিক্ষাৰ্থী সেইজন, যিয়ে সঠিক পদ্ধতি ব্যৱহাৰ কৰি নিজৰ লক্ষ্য পূৰণ কৰিব।

— Bipul Kalita, লিখক
What You Will Learn

এই বইখনে আপোনাক শিকাব

৫টা Module ৰ জৰিয়তে, বাস্তৱ কাহিনী আৰু উদাহৰণৰ সৈতে।

🧠

স্মাৰ্ট অধ্যয়ন

AI-ৰ সহায়ত Notes, Summary আৰু Mind Map তৈয়াৰ কৰাৰ পদ্ধতি।

⏱️

সময় ব্যৱস্থাপনা

দৈনিক Study Routine আৰু Productivity বৃদ্ধিৰ কৌশল।

📝

Homework & Project

Assignment আৰু Project-ত AI-ৰ সঠিক ব্যৱহাৰ, কপি-পেষ্ট নকৰাকৈ।

🎯

Exam Success Formula

Mock Test, Revision Plan আৰু Stress-Free Exam Strategy।

📈

Career & Skill Development

Goal Setting, Progress Tracking আৰু ভৱিষ্যতৰ দক্ষতা।

🚀

ভৱিষ্যতৰ বাবে প্ৰস্তুত হওক

Communication, Creativity আৰু Problem Solving Skill।

Inside The Book

৫টা Module ৰ সম্পূৰ্ণ যাত্ৰা

এটাৰ পিছত এটা — প্ৰতিটো Module এ পৰৱৰ্তী Module লৈ লৈ যায়।

1
Foundation

AI আৰু আধুনিক শিক্ষাৰ নতুন যুগ

  • AI কি আৰু ই কেনেকৈ কাম কৰে?
  • AI-ৰ সুবিধা আৰু সীমাবদ্ধতা, ব্যৱহাৰৰ নৈতিকতা
  • AI যুগত সফল শিক্ষাৰ্থীৰ বৈশিষ্ট্য
2
Study Method

AI-ৰ সহায়ত স্মাৰ্ট অধ্যয়ন পদ্ধতি

  • Notes তৈয়াৰ কৰা আৰু কঠিন বিষয় সহজে বুজা
  • Summary আৰু Mind Map সৃষ্টি
  • Personalized Revision Plan প্ৰস্তুত কৰা
3
Homework & Projects

Homework, Project আৰু Assignment-ত AI

  • ৰোহনৰ কাহিনী: Project Outline তৈয়াৰ কৰি সময় ৰাহি কৰা
  • তথ্য কপি-পেষ্ট নকৰি নিজৰ ভাষাত লিখাৰ গুৰুত্ব
  • Plagiarism এৰাই চলাৰ কৌশল
4
Exam Success

Exam Success Formula with AI

  • মেঘালীৰ কাহিনী: Mock Test আৰু সংক্ষিপ্ত Revision Point
  • Time Management আৰু Stress-Free Exam Strategy
  • পৰ্যাপ্ত বিশ্ৰাম আৰু সুস্থ জীৱনশৈলীৰ গুৰুত্ব
5
Future Ready

AI Genius Student Success System

  • অভিজিতৰ কাহিনী: Goal Setting আৰু দৈনিক Study Routine
  • Communication, Creativity আৰু Problem Solving Skill
  • Career Planning আৰু ভৱিষ্যতৰ দক্ষতা গঢ়ি তোলা
Real Stories

বইখনৰ ভিতৰত থকা কাহিনীসমূহ

ৰোহনৰ স্মাৰ্ট প্ৰজেক্ট

ইন্টাৰনেটৰ অজস্ৰ তথ্যৰ মাজত হেৰাই যোৱা ৰোহনে AI-ৰ সহায়ত Project Outline সাজি সময় ৰাহি কৰিলে।

মেঘালীৰ পৰীক্ষাৰ সাফল্য

পৰীক্ষাৰ ভয়ত অস্থিৰ মেঘালীয়ে AI-ৰ সহায়ত Revision Plan সাজি আত্মবিশ্বাসেৰে পৰীক্ষা দিলে।

অভিজিতৰ সপোন পূৰণ

অসংগঠিত জীৱনশৈলী থকা অভিজিতে AI-ৰ সহায়ত Goal আৰু Routine সাজি Future-Ready Student হৈ উঠিল।

Font page showing the typography used in the AI Genius Student e-book
Design Detail

প্ৰতিটো Page যত্নসহকাৰে ডিজাইন কৰা হৈছে

পঢ়াৰ সুবিধা আৰু সৌন্দৰ্য বজাই ৰাখিবলৈ বিভিন্ন ফন্ট ব্যৱহাৰ কৰা হৈছে — Assamese আৰু English দুয়োটা লিপিৰ বাবে পৃথক পৃথক ফন্ট মিলাই।

Poppins — Titles Noto Serif Assamese — Assamese Text Lora — English Body
LIMITED TIME OFFER
আপোনাৰ সফলতাৰ আৰম্ভণি এতিয়াই কৰক
₹499 ₹199
00Hours
00Min
00Sec
☁️ ই-বুক ডাউনলোড কৰক (PDF Format)
আপোনাৰ সপোন পূৰণৰ স্মাৰ্ট পদক্ষেপ · Instant Download
FAQ

সঘনাই সোধা প্ৰশ্ন

এই বইখন কোনসকল শিক্ষাৰ্থীৰ বাবে উপযুক্ত? +

KG ৰ পৰা Class XII লৈকে যিকোনো শিক্ষাৰ্থীয়ে এই বইখনৰ পৰা উপকৃত হ'ব পাৰে, কিয়নো ইয়াত থকা AI ব্যৱহাৰৰ পদ্ধতি সকলো শ্ৰেণীৰ বাবে প্ৰযোজ্য।

বইখন কি ফৰ্মেটত পাম? +

বইখন Digital PDF ফৰ্মেটত, ক্ৰয় কৰাৰ লগে লগে সৰাসৰি ডাউনলোড কৰিব পাৰিব।

পৰিশোধৰ পিছত পুনৰ ডাউনলোড কৰিব পাৰিমনে? +

হয়, ডাউনলোড লিংক আপোনাৰ ইমেইলত পঠিওৱা হ'ব, যাতে প্ৰয়োজন অনুসৰি পুনৰ ব্যৱহাৰ কৰিব পাৰে।

Scroll to Top